Blogs

Does AI own us already?

Here is an idea. Imagine that fate of human race is intricately tied to a vicious cycle. The very basics of us, what makes us human, is lost. The essence of humane nature has given way to the dawn of a new race with concrete hearts. “The AI” has the

Read More »

Black is the absence of color

I find black to be my default choice when it comes to clothing. Black-colored dresses are generally perceived as elegant, and it has an appeal for their timelessness. However, my reason for flooding my wardrobe with black colored dresses is entirely different. It frees me from the burden of selecting

Read More »

Life is like a power chord, it’s neither major nor minor

Power chords, the backbone of rock and roll music have a massive appeal among the music enthusiasts. Head banging to a massive wall of sound created by distortion guitars, supported by a bass guitar and drums, in a concert by one’s favorite band is often a surreal experience. 💡Chord and

Read More »

Distraction and what it means for a researcher

I was going through a interview with Shou Zi Show, the CEO of Tiktok in “WIRED” recently. Show was confronted with harsh reality of the excessive use of Tiktok and the consequences. It was a friendlier version of the 6 hour marathon grilling of Shou in the US congress. From

Read More »

The Journey

Hello world. 👨🏽‍💻   As I embark on this inaugural newsletter, writing after overcoming huge internal hurdles I find myself standing at the intersection of academia, creativity, and the relentless pursuit of passion. First, let me introduce myself. I am a PhD student in Indian Institute of Science, Bengaluru in

Read More »

Short stories

মানুহৰ সংজ্ঞা

মস্তিষ্কৰ জটিল স্থাপত্যৰ দেৱালে দেৱালে লিখিত কিছুমান দুষ্কৰ সমীকৰণ আৰু হৃদয়ৰ নিভৃত কোণত সাঁচি থোৱা কিছুমান আৱেগৰ মাজৰ মহাসমৰৰ কাহিনী এটা। আজি সেই মহাসমৰৰ এহেজাৰ বছৰৰ পাছত ইতিহাসৰ পাত লুটিয়াই; ব্যক্ত-অব্যক্ত ক্রুৰতাপূৰ্ণ কাহিনী কিছুমান বিশ্লেষণ কৰি নতুন মানৱে লক্ষ্য কৰিছে যে মহাসমৰৰ প্ৰত্যেকটো অধ্যায় মাত্র এটা প্রশ্নকে কেন্দ্ৰ কৰি আৱৰ্তন

Read More »

অনলাইন

ৰং-বিৰঙৰ লাইট দুটামান কেইবাৰমান জ্বলি নুমাই গ’ল। অন্ধকাৰৰ কৰাল গ্ৰাসৰ পৰা মুক্তি বিচাৰি মনটোৱে হাহাকাৰ কৰিবলৈ ধৰিলে। কোঠাটোৰ ঊর্ধ্বভাগৰ একাংশৰ পৰা নিগৰি অহা এছাটি ক্ষীণ ৰশ্মিয়েই আছিল একমাত্র সম্বল। লাহে লাহে বুকুখন গধুৰ হৈ আহিবলৈ ধৰিলে। অক্সিজেনৰ অভাৱত কিমান সময় ধৰফৰাই পৰি থাকিলো মনত নাই। শেষত বাধ্য হ’লো বহুদিন ধৰি

Read More »

WORMHOLE-ৰ মাজেৰে তোমাৰ ওচৰলৈ

পাৰাস্তম্ভই ৩৭ ছেলছিয়াচৰ ঘৰলৈ বগাইছিল। তথাপি ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বৈ অহা কোমল বতাহছাটিয়ে লাহে লাহে মুখমণ্ডলৰ পৰা বিৰক্তিৰ চিনবোৰ মোহাৰি পেলালে। কিছু সময় গ’ল তেনেকৈয়ে। লাহে লাহে গতানুগতিক জীৱনৰ যান্ত্রিক অনুভৱবোৰ শুক্ৰেশ্বৰঘাটত উটুৱাই দিয়া পিণ্ডবোৰৰ লগত উটি গ’ল এইখন আৰু সেইখন জগতৰ সীমা বিচাৰি। সেইখিনি সময়তে গীতাৰ ম’বাইলটোত ‘1 new message

Read More »

এক চেতনাৰ অভ্যুত্থান

নিশাৰ সপোনটোৰ কাহিনী শেষ হ’বলৈ নাপালেই, হঠাৎ বাহিৰত বৰষুণৰ শব্দ শুনি আতংকগ্রস্ত হৈ সাৰ পালোঁ। গুৱাহাটীৰ দৰে মহানগৰীত (?) থাকিলে হাতত গৰম চাহ একাপ লৈ পুৱাৰ বৰষুণজাকৰ আমেজ লোৱাৰ সলনি আতংকিতই হ’বলগীয়া হয়। তিতি থকা গছৰ পাতবোৰত আকাশৰ ৰং জিলিকি আছিল। দেখিলোঁ ঘৰৰ পৰা পানী ওলাই যোৱা নলাটোত পানী উভতি

Read More »
Scroll to Top